1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কার্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলাে
Share
Verified answer
ANSWER :
❍ (ii) (a) আৰু (b)
_________________________________________________________
EXPLANATION :
দিয়া আছে,
ইয়াত,
উক্ত বিক্ৰিয়াটোত লেড অক্সাইডে কার্বনৰ লগত বিক্ৰিয়া কৰাত কাৰ্বন জাৰিত হৈ কার্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লেড অক্সাইড বিজাৰিত হৈছে।
এতিয়া,
উক্তিসমূহ :-
❒ ইয়াৰ ভিতৰত শুদ্ধ উক্তিসমূহ হৈছে :-
❒ ইয়াৰ ভিতৰত অশুদ্ধ উক্তিসমূহ হৈছে :-
___________________________________________
Required Answer :-
Answer:
I) (a) আৰু (b)
mark this answer as Brainlist