10 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল । অৱশিষ্ট অংশৰ কালি নিৰ্নয় কৰা?
Share
10 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল । অৱশিষ্ট অংশৰ কালি নিৰ্নয় কৰা?
Sign Up to our social questions and Answers Engine to ask questions, answer people’s questions, and connect with other people.
Login to our social questions & Answers Engine to ask questions answer people’s questions & connect with other people.
[tex] \\ [/tex]
[tex]{\huge{\pink{↬}}} \: \: {\huge{\underline{\boxed{\bf{\pink{Answer}}}}}}[/tex]
চতুৰ্ভূজ (QUADRILATERAL):
সাধাৰণ চতুৰ্ভুজ একোটাৰ পৰিসীমা আৰু কালি উলিওৱাৰ ফৰ্মুলা নাই, সেইসমূহক ফৰ্মুলাত আবদ্ধ কৰিবলৈ অসুবিধা। কিন্তু কিছুমান বিশেষ আকৃতিৰ চতুৰ্ভুজৰ পৰিসীমা আৰু কালি তলত দিয়া দৰে নিৰ্ণয় কৰিব পাৰি।
আয়ত (RECTANGLE):
দীঘ আৰু প্ৰস্থ ক্ৰমে l আৰু w হ’লে,
* পৰিসীমা = ২(l+w)
* কালি = lw
* প্ৰত্যেকডাল কৰ্ণৰ দীঘ: \sqrt{l^{\text{২}}+w^{\text{২}}}
l
২
+w
২
বৰ্গ (SQUARE):
বাহুৰ দীঘ L হ’লে,
* পৰিসীমা = ৪L
* কালি = {L}^{\text{২}}L
২
* প্ৰত্যেকডাল কৰ্ণৰ দীঘ: √২L
সামন্তৰিক (PARALLELOGRAM):
দীঘল আৰু ছুটি বাহুৰ দীঘ ক্ৰমে l আৰু w হ’লে,
* পৰিসীমা = ২(l+w)