" গোঁও একাধাৰে নগৰৰ জনক-জননী।কথাষাৰৰ তাৎপর্য বজাই লিখা।
Share
" গোঁও একাধাৰে নগৰৰ জনক-জননী।কথাষাৰৰ তাৎপর্য বজাই লিখা।
Sign Up to our social questions and Answers Engine to ask questions, answer people’s questions, and connect with other people.
Login to our social questions & Answers Engine to ask questions answer people’s questions & connect with other people.
প্ৰশ্নোল্লিখিত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা' ৰ 'ডিম্বেশ্বৰ নেওঁগ বিৰচিত 'ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে৷
গাঁও একেধাৰে নগৰৰ জনক জননী৷ গাঁৱেই মাতৃৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে৷ নগৰ যেনেকৈ একে উশাহতে সৃষ্টিহৈছে, ঠিক সেইদৰে একে উশাহতে নষ্ট হ'ব৷ কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস হ’লে তাক সহজে পুনৰ জন্মাব নোৱাৰি৷ সেইদেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া৷