~♥~~♥~ইয়াত থকা প্রত্যক অসমীয়া অগ্ৰজ আৰু মোৰ মৰমৰ বন্ধুসকলক অসমীয়া মাঘ/ ভোগালী বিহুৰ প্রীতি ও শুভেচ্ছা জ্ঞাপন কৰিছো। ~♥~~♥~
Share
~♥~~♥~ইয়াত থকা প্রত্যক অসমীয়া অগ্ৰজ আৰু মোৰ মৰমৰ বন্ধুসকলক অসমীয়া মাঘ/ ভোগালী বিহুৰ প্রীতি ও শুভেচ্ছা জ্ঞাপন কৰিছো। ~♥~~♥~
Sign Up to our social questions and Answers Engine to ask questions, answer people’s questions, and connect with other people.
Login to our social questions & Answers Engine to ask questions answer people’s questions & connect with other people.
Answer:
মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক । ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক । ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক | ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।
Please yrr unblock me.·´¯`(>▂<)´¯`·.