Model Questions & Ans. on H.S. (SOS). Economics (AM)
(i) ভেৰােণীয়া হিচাপত মাটি লৈ খেতি কৰা কৃষকক-বুলি কোৱা হয়
(ii) আমাৰ দেশৰ শতাংশ কৃষিভূমিতেই উপযুক্ত জলসিঞ্চনৰ
(iii) নাইজেন ঃ ফছফেট ও পটাচৰ কাম্য অনুপাত হৈছে—
(iv) ভাৰতৰ নাইজেন ঃ ফছফেট ও পটাচ সাৰৰ ব্যৱহৃত অনুপাত হৈছে
(v) ইউৰিয়া হৈছে সাৰৰ উদাহৰণ।
(vi) উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত % শসা নষ্ট হৈ যায়।
উত্তৰঃ (i) ৰায়ত, (ii) 70%, (iii) 4:2:1, (iv) 8,5:2.5:1
(v) নাইট্রজেনযুক্ত, (vi) 5% ৰ পৰা 10%লৈ
Share
Answer:
what su the language I can't understand